এগৰাকী নাৰ্চৰ বিৱৰণী: শৌচাগাৰত সোমাইহে মই কোনোমতে বাচি আহিলো

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 2, 2021, 11:51 AM IST

Updated : Jun 2, 2021, 2:41 PM IST

লংকাৰ উদালিৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাই তোলপাৰ লগাইছে দেশ ৷ এই ঘটনাৰ লগত জড়িত 24 জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ইফালে চিকিৎসকক আক্ৰমণৰ ঘটনাৰ লগত জড়িত আন এক তথ্য পোহৰলৈ আহিছে ৷ হোজাই জিলাৰ লংকাৰ উদালিৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসক ডাঃ সেউজ সেনাপতিৰ লগতে মৃত ক’ভিড ৰোগীৰ আত্মীয়ৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় এগৰাকী নাৰ্চো ৷ আহত নাৰ্চ গৰাকী হৈছে ললিতা ভৰালী ৷ আহত নাৰ্চ ললিতা ভৰালীয়ে উল্লেখ কৰা অনুসৰি, আক্ৰমণকাৰীৰ কবলৰ পৰা হাত সাৰিবলৈ তেওঁ এটা বাথৰুমত লুকাই আছিল ৷ তথাপিও আক্ৰমণকাৰীৰ দলটোৰ প্ৰহাৰৰ পৰা সাৰি নগ’ল নাৰ্চ ললিতা ভৰালী ৷ সবিশেষ শুনক ভুক্তভোগী নাৰ্চ গৰাকীৰ মুখেৰে...
Last Updated : Jun 2, 2021, 2:41 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.