ভোটাৰক ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান কাছাৰ জিলা প্ৰশাসনৰ - cachar district administration
🎬 Watch Now: Feature Video

কৰ'ণা নীতি নিয়ম মানি লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান কাছাৰ জিলা প্ৰশাসনৰ ৷ ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে কাছাৰ জিলা প্ৰশাসন ৷ এই সন্দৰ্ভত কাছাৰৰ জিলা উপায়ুক্ত কীৰ্তি জল্লিয়ে সমূহ ভোটাৰক কৰ‘ণাৰ প্ৰট‘কল মানি চলি ভোটদান কৰিবলৈ আহ্বান জনায় ৷