অখিল গগৈক তিনি মিনিটৰ বিধায়ক আখ্যা দিলে প্ৰশান্ত ফুকনে - MLA Prasanta Phukan
🎬 Watch Now: Feature Video

থাওৰাত নিবাৰ্চনী প্ৰচাৰ চলাই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আক্ৰমণৰ লক্ষ্য কৰি লয় অখিল গগৈক । প্ৰশান্ত ফুকনে কয়, অখিল গগৈ তিনি মিনিটৰ বিধায়ক । ৰাইজে বিধানসভাত তিনি মিনিট কথা ক'বলৈ পোৱা বিধায়কক কেতিয়াও ভোট নিদিয়ে । থাওৰাৰ ৰাইজে ইতিমধ্যে চৰকাৰৰ লগত থকাৰ সিদ্ধান্ত লৈছে । লগতে সুশান্ত বৰগোহাঁই ৬০ হাজাৰ ভোটত জয় হ'ব বুলি কয় বিধায়ক গৰাকীয়ে ৷