নিৰ্বাচনত প্ৰতিন্দিতাৰ অভিজ্ঞতা জনালে প্ৰাক্তন উগ্ৰপন্থী নেতা বি ছাউৰাইগ্ৰাই - B.Sauragra express his experience as a election candidate

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 10, 2020, 9:31 PM IST

অন্ত পৰিল বিটিচিৰ নিৰ্বাচন ৷ বৃহস্পতিবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে সফল সমাপ্তি ঘটিল বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ছাইক্ৰং বসুমতাৰী নাম লৈ পৰিষদীয় নিৰ্বাচনত প্ৰতিদন্দিতা কৰি নিজৰ অভিজ্ঞতা ব্যক্ত কৰিলে চিৰাঙৰ 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী, প্ৰাক্তম এনডিএফবি(ছা)ৰ সভাপতি বি ছাউৰাইগ্ৰাই ৷ এইয়া এক নতুন অভিজ্ঞতা বুলি উল্লেখ কৰি বিপিএফ দলক পুনৰ এবাৰ সুবিধা দিবলৈ ৰাইজক আহ্বান জনাই নেতা গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.