পহুমৰা নৈৰ ভয়াৱহ খহনীয়া - ভয়াৱহ খহনীয়া
🎬 Watch Now: Feature Video

বিপদৰ গৰাহত পাঠশালাৰ সমীপৰে ভৱানীপুৰ-পাঠশালা সংযোগী গড়কাপ্তানী পথৰ ওপৰত মেম্বৰ ঘাটত থকা পহুমৰা নৈৰ পকী দলং ৷ অঞ্চলজুৰি উদ্ভৱ হৈছে ভয়াৱহ পৰিস্থিতিৰ ৷ যি কোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ানক বিপদ ৷