পৰ্যটকৰ বাবে অচিৰেই মুকলি হ’ব বগামাটি - Bogamati Picnic Spot at baksa
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5142626-thumbnail-3x2-boga.jpg)
ৰাজ্যৰ বনভোজথলীৰ এক অন্যতম চৰ্চিত তথা পৰিচিত নাম বাক্সাৰ বগামাটি বনভোজথলী ৷ থলুৱা খাদ্যৰ পয়োভৰেৰে এক অনন্য মাত্ৰা প্ৰদান কৰে বগামাটিৰ এই বনভোজথলীক ৷ চলিত মাহতে বগামাটিৰ এই বনভোজথলী পৰ্যটক আৰু বনভোজকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি প্ৰকাশ কৰে দাওৰাঝাৰ ইক’ টুৰিজিম চ’ছাইটি নামৰ সংস্থাটোৰ কৰ্মকৰ্তাসকলে ৷