হোজাইত বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ পদ যাত্ৰা - ৰাম কৃষ্ণঘোষ জিন্দাবাদ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10985977-65-10985977-1615568756225.jpg)
হোজাই জিলাৰ লংকাত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ পদ যাত্ৰা। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ কেইবাহাজাৰ সমৰ্থকে হোজাই জিলাৰ লংকাৰ মাজমজিয়াৰ পৰা পদ যাত্ৰা কৰি বিজেপি জিন্দাবাদ, ৰামকৃষ্ণ ঘোষ জিন্দাবাদ ধব্বনিৰে পৰিবেশ উত্তাল কৰি তুলে। আগন্তুক বিধান সভা নিৰ্বাচনত হোজাই সমষ্টিৰ পৰা ১০০ শতাংশই ৰামকৃষ্ণ ষোষ জয়ী হ'ব বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে।