পাথাৰকান্দিত 30 হাজাৰ ভোটৰ ব্যৱধানত জয়ী হম : কৃষ্ণেন্দু

By

Published : Apr 1, 2021, 5:42 PM IST

thumbnail

আজি ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰাক উপত্যকাতো চলি আছে ভোটদান ৷ বৃহস্পতিবাৰে পাথাৰকান্দি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালেও সাব্যস্ত কৰিলে নিজৰ গণতান্ত্ৰিক অধিকাৰ । ৬২ নং কালাছড়া প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভোটদান কৰিলে কৃষ্ণেন্দু পালে । প্ৰাৰ্থীগৰাকীয়ে পাথাৰকান্দি সমষ্টিত 30 হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলিও দাবী কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.