শ্বহীদৰ গৃহভূমিত লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰাতো দুৰ্ভাগ্যজনক; কোনে ক’লে ? - হেমাংগ ঠাকুৰীয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13447047-thumbnail-3x2-hjfu.jpg)
উপ-নিৰ্বাচনৰ পাকক্ষণত কংগ্ৰেছে হত্যা কৰা শ্বহীদৰ গৃহভূমিত লুৰীণ জ্যোতি গগৈয়ে কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰাতো দুৰ্ভাগ্যজনক আখ্যা পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ । অসম জাতীয় পৰিষদক ক্ষমতাৰ লোভত গঠন হোৱা দল আখ্যা দি তেওঁ কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ দুটা সমষ্টিত পৰাজয়ে অসমীয়া ৰাইজৰ মাজৰ পৰা তেওঁক বিচ্ছিন্ন কৰিছে ।