ৰাইজে মোক পুনৰ বিধানসভালৈ পঠিয়াব:বিনোদ হাজৰিকা - লাহোৱাল বিধানসভা সমষ্টি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11613396-thumbnail-3x2-pic.jpg)
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি আশ্বাস আৰু বিশ্বাস ৰাখি লাহোৱালৰ ৰাইজে বিজেপিক ভোট দিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত লাহোৱালৰ ৰাইজে সমষ্টিৰ উন্নয়নৰ বাবে মোক বিধানসভালৈ পঠিয়াব-এই মন্তব্য লাহোৱাল বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাৰ ৷ ভোট গণনাৰ মাজতে ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ভোট গণনা কেন্দ্ৰত উপস্থিত হোৱা বিনোদ হাজৰিকাই ভাল ফলাফল লাভ কৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে ৷