thumbnail

By

Published : Feb 10, 2021, 10:35 AM IST

ETV Bharat / Videos

গহপুৰৰ বিধায়ক উৎপল বৰা ৰিপৰ্ট কাৰ্ড বেয়াঃ বিজেপি নেতা নাৰায়ণ দিহিঙিয়া

ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন । তাক লৈ তৎপৰ হৈছে বিভিন্ন ৰাজনীতি দল সমূহ। কি শাসকীয়, কি বিৰোধী সকলো এতিয়া ব্যস্ত নিৰ্বাচনৰ কাম কাজত । ইফালে তাৰ সমান্তৰালকৈ দলীয় নেতৃত্বত মাজত ইজনে সিজনক সমালোচনা কৰাতো ব্যস্ত । বিশেষকৈ টিকট প্ৰত্যাশীৰ প্ৰাৰ্থীত্ব কেন্দ্ৰ কৰি শীতল যুদ্ধও আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ বিশ্বনাথ জিলাৰ ৭৮ নং বিধানসভা সমষ্টিৰ গহপুৰত বিজেপি দলৰ বৰ্তমান বিধায়ক উৎপল বৰাৰ সন্মুখত থিয় দিছে এজন উচ্চশিক্ষিত যুৱক তথা সমাজ কৰ্মী নাৰায়ণ দিহিঙিয়া । এইবাৰ বিধায়ক উৎপল বৰাৰ টিকট কৰ্তন যাব, যাৰ বাবে এইবাৰ বিজেপি দলে টিকটত দিব দলটোৰ টিকট দাবীদাৰ নাৰায়ণ দিহিঙিয়াক ৷ ইটিভি ভাৰত অসমত এই মন্তব্য বিজেপি নেতা গৰাকীৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.