অন্ত পৰিল কৰ্দৈগুৰিৰ বিহু কৰ্মশালা - tinsukia
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-2965671-thumbnail-3x2-tsk.jpg)
লোকসভাৰ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে নঙলামুখ পালেহি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি ৷ উজনি-নামনি সৰ্বত্ৰে চলিছে বিহু কৰ্মাশালা আৰু প্ৰশিক্ষণ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো চলিছে ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি। বুধবাৰে তিনিচুকীয়া কৰ্দৈগুৰিৰ বৰগড়া সমন্বয় যুৱক সংঘই আয়োজন কৰা বিহু কৰ্মশালাৰ সফল সামৰণি পৰে ৷