পাঠশালাত নাজিতৰা বিহু হুচৰি দলৰ পূৰ্ণ প্ৰস্তুতি - বহাগ বিহু
🎬 Watch Now: Feature Video

ৰঙালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ ইয়াৰ সমান্তৰালভাৱে বজালী জিলাৰ পাঠশালাতো পূৰ্ণ প্ৰস্তুতি চলাইছে নাজিতৰা বিহু হুচৰি দলে । ২০০৬ চনতে আৰম্ভ কৰা পাঠশালাৰ নাজিতৰা বিহু হুচৰি দলে পূৰ্ণ গতিত আৰম্ভ কৰিছে আখৰা ৷