গহপুৰত কঁকাল ঘূৰাই নাছিলে আৰক্ষীয়ে - গহপুৰ আৰক্ষী থানা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11414421-thumbnail-3x2-a.jpg)
আজি ৰঙালীৰ প্ৰথমটো দিন । ঢোল পেঁপাৰ মাতত ৰজনজনাইছে চৌদিশ । আনন্দত মতলীয়া সকলো । ব্যতিক্ৰম নহয় আৰক্ষীও । এয়া গহপুৰ আৰক্ষী থানাৰ চৌহদৰ দৃশ্য । কৰ্তব্যৰ খাতিৰত ঘৰখন আৰু পৰিয়ালৰ পৰা আঁতৰি থকা আৰক্ষীসকলে বিহু মাৰি এনেদৰে উদযাপন কৰিছে ৰঙালী ।