পুৰণিগুদামত ‘অংগাভিনয় অসম’ৰ দ্বাৰা বিহু প্ৰদৰ্শন - নগাঁও বিহু
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11448067-thumbnail-3x2-n.jpg)
নগাঁও জিলাৰ পুৰণিগুদামৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা হৈছে বাটৰ বিহু, মুকলি বিহুকে আদি কৰি একাধিক মঞ্চ বিহুৰ । পুৰণিগুদামৰ পাৰঘাটত শনিবাৰে সন্ধিয়াৰ ভাগত দেখা গ’ল ‘অংগাভিনয় অসম’ৰ দ্বাৰা এটি নৃত্যানুষ্ঠান ৷ প্ৰায় এমাহজোৰা কৰ্মশালাৰ অন্তত বহাগ বিহুৰ লগত সংগতি ৰাখি সমবেত সহস্ৰাধিক দৰ্শকৰ সন্মুখত বহুকেইটা আটকধুনীয়া বিহুনৃত্য প্ৰদৰ্শন কৰা হয় অনুষ্ঠানটোত । এই সন্দৰ্ভত চামগুৰিৰ পৰা ছফিকুল হক ভূঞাৰ এক বিশেষ প্ৰতিবেদন...