thumbnail

By

Published : May 23, 2019, 5:38 PM IST

Updated : May 23, 2019, 5:58 PM IST

ETV Bharat / Videos

মাজুলীত ভাৰতীয় যুৱ মৰ্চাৰ বিজয় উৎসৱ পালন

মাজুলী ,23 মে': নিৰ্বাচনী ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ সময়তে মাজুলীত ভাৰতীয় যুৱ মৰ্চায়ে বিজয় উৎসৱ পালন কৰে ৷ ৰাজপথত ফটকা ফুটাই ভাৰতীয় যুৱ মৰ্চাৰ কৰ্মী সকলে বিজয় উৎসৱ উদযাপন কৰে ৷ মাজুলীত এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টি মিত্ৰ জোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱায়ে 20410 টা ভোটত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীতকৈ আগবাঢ়ি আছে ৷
Last Updated : May 23, 2019, 5:58 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.