কাৰ্গিল দিৱস উপলক্ষে এটা COVID ৱাৰ্ডৰ ব্যতিক্ৰমী দৃশ্য - শিলচৰ চিকিৎসা মহাবিদ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8183148-194-8183148-1595778707286.jpg)
দেওবাৰে কাৰ্গিল দিৱসৰ দিনটোত দেশ প্ৰেম গীত গাই দেশৰ বীৰ শ্বহীদ সকসক শ্ৰদ্ধাৰে জ্ঞাপন কৰিলে, শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ COVID ৱাৰ্ডৰ লোকসকলে ৷ কাৰ্গিল দিৱস উপলক্ষে কৰ'ণা আক্ৰান্ত লোকৰ লগত তাল মিলাই দেশভক্তিমূলক গীত এটি পৰিৱেশন কৰিলে চিকিৎসক আৰু অন্যান্য স্বাস্থ্য় কৰ্মীসকলেও ৷