গুৰুজনাৰ জন্মোৎসৱ উপলক্ষ্যে আলোকময় বটদ্ৰৱা - SANKARDEV JANMUTSABH
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4692873-thumbnail-3x2-k.jpg)
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যাক জন্মজয়ন্তী উপলক্ষে হেজাৰ হেজাৰ প্ৰদীপৰ আলোকত দৃষ্টিনন্দন হৈ পৰিল বটদ্ৰৱা আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ । সত্ৰ, নামঘৰৰ ওপৰিও বিভিন্ন জনে ব্যক্তিগত ভাবেও মাহ প্ৰসাদ বিতৰণ কৰি আনন্দ উল্লাসৰ মাজেৰে উদযাপন কৰিলে জন্ম জয়ন্তী । সম্পূৰ্ণ সাত্ত্বিক তথা আধ্যাত্মিক পৰিবেশৰ সূচনা কৰি এনেদৰে গ্ৰামাঞ্চলসমূহত উদযাপন কৰা হয় গুৰু জন্ম জয়ন্তী মহোৎসৱ ৷ চাওক এক প্ৰতিবেদনঃ