জনীয়াৰ উপ নিৰ্বাচনঃ ১,৮৭,৯৮৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য - election commission
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4816882-thumbnail-3x2-k.jpg)
সোমবাৰে আৰম্ভ হৈছে ৰাজ্যৰ চাৰি সমষ্টিৰ উপ নিৰ্বাচন । বৰপেটা জিলাৰ 44 নং জনীয়া বিধানসভা সমষ্টিতো পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱাৰে পৰা ভোটাৰ সকলে ভোট গ্ৰহণ কেন্দ্ৰত শাৰী পাতি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে । এই সন্দৰ্ভত জনীয়াৰ পৰা বাপকন দাসৰ এক বিশেষ প্ৰতিবেদনঃ