চকুৰ সন্মুখতে ব্ৰক্ষ্মপুত্ৰত নিচিহ্ন হৈছে হেঁপাহৰ ঘৰখন - কেশৱ মহন্ত
🎬 Watch Now: Feature Video

কলিয়াবৰ, 21 জুলাইঃ বিগত দুদিন ধৰি ব্ৰহ্মপুত্ৰৰ কালৰূপী খহনীয়াই কলিয়াবৰৰ বৰঘূলী অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ব্ৰহ্মপুত্ৰৰ বুকুত ক্ৰমাৎ নিচিহ্ন হৈ পৰিছে 2 নং বৰঘূলী গাঁৱৰ শ-শ বাসগৃহ ৷ নিজ হাতেৰেই সজা ঘৰখন ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে গাঁওবাসীয়ে৷
Last Updated : Jul 21, 2019, 2:37 PM IST