বঙাইগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - bangaigaon police
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12195917-thumbnail-3x2-bng.jpg)
নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সমান্তৰালভাৱে বঙাইগাঁও আৰক্ষীয়ো নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । বিশেষ তথ্যৰ ভিত্তিত চোৰাং বিলাতী সুৰা বিক্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । শনিবাৰে বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱৰ ভাউলাগুৰি টুনিয়াপাৰত নিশা বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় বঙাইগাঁও আৰক্ষী ।