thumbnail

By

Published : Nov 25, 2020, 7:21 AM IST

ETV Bharat / Videos

বাক্যবাণ : বিশ্বজিৎ দৈমাৰী বনাম চন্দন ব্ৰহ্ম

ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ ৷ বিটিচিত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ ইয়াৰ সমান্তৰাল কৈ 21’ ৰ বিধানসভা নিৰ্বাচনৰ বাবেও সাজু হৈছে দল সমূহ ৷ প্ৰাক নিৰ্বাচনী যুঁজত নামি পৰিছে ৰাজ্যৰ ৰাজনীতিৰ ৰথী-মহাৰথী সকলৰ লগতে দলীয় কৰ্মীসকল ৷ ইয়াৰ মাজতে এজনে আনজনক উদ্দেশ্যি প্ৰয়োগ কৰিছে তীব্ৰ বাক্যবাণ ৷ চাওক শেহতীয়াকৈ বিপিএফ ত্যাগ কৰি বিজেপিত যোগ দিয়া বিশ্বজিৎ দৈমাৰী আৰু বিপিএফ দলৰ নেতা তথা ৰাজ্যৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ মাজৰ বাক্ যুদ্ধ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.