এজন শিক্ষকৰ মৰ্মান্তিক কাহিনী: ২৬ টা বছৰে পোৱা নাই বেতন - যকৃতৰ জটিল ৰোগ
🎬 Watch Now: Feature Video

১৯৯৩ চনৰ পৰাই বিনাবেতনে সেৱা আগবঢ়াই অহা ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক সুনীল দাস আক্ৰান্ত হৈছে যকৃতৰ জটিল ৰোগত । স্বামীৰ চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰি কেমেৰাৰ আগত হুকহুকাই কান্দি উঠিল সুনীল দাসৰ সহধৰ্মিণীয়ে ।