তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ বাঘজানবাসীৰ

By

Published : Aug 25, 2020, 12:33 AM IST

Updated : Aug 25, 2020, 3:35 AM IST

thumbnail
আজিও নিৰ্বাপিত হোৱা নাই বাঘজান তৈলক্ষেত্ৰৰ BGR-5 নং তৈলখাদৰ জুই ৷ অগ্নিকাণ্ডৰ তিনিমাহৰ পিছতো অইল ইণ্ডিয়া কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰৰ পৰা কোন ধৰণৰ ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ ক্ষতিগ্ৰস্ত ৰাইজৰ ৷ অৱেশেষত সোমবাৰে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ভূক্তভোগী পৰিয়ালসমূহে ৷
Last Updated : Aug 25, 2020, 3:35 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.