AIUDF প্ৰাৰ্থী কৰিম উদ্দিন বৰভুইয়াৰ হৈ আজমলৰ প্ৰচাৰ - নিৰ্বাচনী প্ৰচাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11196344-thumbnail-3x2-a.jpg)
কাছাৰৰ সোণাই সমষ্টিত দেওবাৰে AIUDFৰ প্ৰাৰ্থী কৰিম উদ্দিন বৰভুইয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় দলটোৰ মূৰব্বী বদৰুদ্দিন আজমলে ৷ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সহস্ৰাধিক AIUDF কৰ্মী ৷ নিৰ্বাচনী ভাষণত চাওক কি ক’লে আজমলে...