thumbnail

By

Published : Apr 13, 2020, 3:10 PM IST

ETV Bharat / Videos

বিদেশত কুশলে আছেনে অসমীয়া - 5

COVID 19 এ সৃষ্টি কৰা বিশ্ব মহামাৰীৰ এই ভয়াৱহ সময়চোৱাত পৃথিৱীৰ চুকে কোণে সিঁচৰতি হৈ থকা অসমীয়া লোকসকল কেনে আছে ! কুশলে আছেনে তেওঁলোক ! জীৱিকা সূত্ৰে, অধ্যয়ন সূত্ৰে বা যিকোনো কাৰণতে বিশ্বৰ ভিন ভিন প্ৰান্তত বসবাস কৰি অহা সেইসকল লোক এই সময়ত কেনেকৈ আছে সেই খবৰ ৰাইজক জনোৱাৰ উদ্দেশ্যে ই টি ভি ভাৰতৰ এই বিশেষ অনুষ্ঠান । কৰ্মসূত্ৰে আমেৰিকাৰ কেলিফৰ্ণিয়াত আছে অসমীয়া দম্পতী কল্যাণ দিহিঙীয়া আৰু জুৰি গগৈ দিহিঙীয়া ৷ এনে এক জটিল পৰিস্থিতিৰ মাজতেই তেওঁলোকে সাত সাগৰ তেৰ নদীৰ সিপাৰে অসমীয়া পৰম্পৰা ৰক্ষা কৰি পালন কৰিলে ৰঙালী বিহু ....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.