বাংলাদেশ চৰকাৰক নিজ দেশৰ নাগৰিকক সুৰক্ষা দিবলৈ আহ্বান ভৱেশ কলিতাৰ - উপ নিৰ্বাচন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13390091-thumbnail-3x2-ghjgjh.jpg)
সোমবাৰে ভৱানীপুৰত একপ্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজালে ভৱেশ কলিতা সহ বিজেপিৰ কেইবাগৰাকীও নেতা কৰ্মীয়ে । ৰঙিয়া সমষ্টিতকৈ ভৱানীপুৰ সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা কম, গতিকে মোতকৈও বেছি ভোটৰ ব্যৱধানত ফনী তালুকদাৰ জিকিব বুলিও মন্তব্য কলিতাৰ । বাংলাদেশৰ হিংসাত্মক ঘটনাক নিন্দা কৰি ভৱেশ কলিতাই কয়, ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা সকল শুই আছে । বাংলাদেশ চৰকাৰক দেশৰ নাগৰিকক সুৰক্ষা দিবলৈকো আহ্বান ভৱেশ কলিতাৰ ।