কি ক'লে প্ৰাক্তন বিধায়িকা ৰুমী নাথে - মহিলা সকল সুৰক্ষিত নহয়
🎬 Watch Now: Feature Video
মুখ খুলিলে প্ৰক্তন বিধায়িকা ৰুমী নাথে । মঙলবাৰে সংঘটিত ঘটনাৰ পৰিপ্ৰেক্ষিতত ইটিভি ভাৰতৰ লগত হোৱা একান্ত সাক্ষাৎকাৰত তেওঁ ক'লে মহিলা সকল সুৰক্ষিত নহয়। বিজেপিৰ গুণ্ডা বাহিনীয়ে অপদস্থ কৰাৰ চেষ্টা কৰিছিল তেওঁক । যদিহে অপৰাধীক কৰায়ত্ব কৰা নহয় তেন্তে আন্দোলনৰ পথ বাছি ল'ব তেওঁ ।
Last Updated : Dec 26, 2019, 9:02 AM IST