Assam Cabinet decision : অসমৰ ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব অতিৰিক্ত ছুটী
🎬 Watch Now: Feature Video
অহা 6 আৰু 7 জানুৱাৰীত অসমৰ ৰাজ্যিক কৰ্মচাৰী সকলে লাভ কৰিব অতিৰিক্ত ছুটী (State employees to get additional leave) ৷ বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ( Assam cabinet in Bongaigaon) পাছতে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ যিসকল কৰ্মচাৰীৰ মাক-দেউতাকৰ লগতে শহুৰ-শাহু আছে তেওঁলোকে এই ছুটী লাভ কৰিব ৷ আনকি এপিএছ-এচিএছ বিষয়া সকলেও এই ছুটী লাভ কৰিব ৷
Last Updated : Nov 24, 2021, 6:54 PM IST