ক'ত কি পৰ্যায়ত অসমৰ বান পৰিস্থিতি ?

By

Published : Jul 17, 2019, 2:47 PM IST

Updated : Jul 18, 2019, 12:08 PM IST

thumbnail
এই পৰ্যন্ত বানত মৃত্যু হৈছে 28 জন লোকৰ ৷ ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে ৰাজ্যৰ বান পৰিস্থিতিয়ে ৷ প্ৰতিমূহুৰ্তত জলমগ্ন হৈছে ইখনৰ পিচত সিখন গাঁও ৷ বিপৰ্যস্ত জনজীৱন ৷ ব্যাহত যোগাযোগ ব্যৱস্থা, সংকটত পৰিছে গো-ধনৰ পৰা আৰম্ভ কৰি বানাক্ৰান্ত ৰাইজ ৷  বানত আক্ৰান্ত হৈছে 57.75 লাখ  লোক পানীৰ তলত ৰাজ্যৰ 4695 খন গাঁও 12দটা ৰাজহ চক্ৰৰ ৰাইজ বানত আক্ৰান্ত বিভিন্ন প্ৰান্তত বানত পৰি মৃত্যু হৈছে 28 জন লোকৰ  40 টাৰো অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইয়াৰ ভিতৰত 5 টা গঁড়ৰ মৃত্যু হৈছে বানত  52 টা বন্যপ্ৰাণী বনকৰ্মীয়ে উদ্ধাৰ কৰিছে বানৰ কৱলৰ পৰা
Last Updated : Jul 18, 2019, 12:08 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.