নলবাৰীত বিজেপিৰ বিজয় উৎসৱ - Nalbari
🎬 Watch Now: Feature Video

মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ জয়ৰ পিছত দিলীপ শইকীয়াৰ গৃহ জিলাত আনন্দত আত্মহাৰা হৈ সকলোৱে আকৌ এবাৰ মোদী চৰকাৰ গীতৰ তালে তালে নাচি ঊঠিল। বিজয় উৎসৱত উপস্থিত থাকে নলবাৰীৰ বিধায়ক অশোক শৰ্মা ।