বৰমা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ বৈছাগু বিহু পালন - বড়ো ছাত্ৰ সন্থা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-3023426-thumbnail-3x2-ghj.jpg)
বৰমা আঞ্চলিক বড়ো ছাত্ৰ সন্থাই বিলুপ্তিৰ পথত থকা বড়ো সকলৰ বৈছাগু উৎসৱটোক পুনৰ উদ্ধাৰৰ বাবে মঙলবাৰে বৈছাগু বিহু পালন কৰে ৷ ৰাইজৰ ঘৰে ঘৰে গৈ নৃত্য গীতৰ মাজেৰে বৈছাগু উদযাপন বড়ো ছাত্ৰ সন্থাৰ ৷