ৰাজ্যত বন্ধ হ'ব অস্থায়ী আৰু ঠিকাভিত্তিক শিক্ষক নিযুক্তি প্ৰক্ৰিয়া
🎬 Watch Now: Feature Video
শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে এক ভয়ংকৰ সমস্যা,শিক্ষা বিভাগৰ এক সিদ্ধান্তই বিপদত পেলাইছে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সমাজক ৷ৰাজ্যত শীঘ্ৰেই বন্ধ হ'ব অপ্ৰাদেশীকৃত মহাবিদ্যালসমূহৰ অস্থায়ী আৰু ঠিকাভিত্তিক শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ৷ শিক্ষা বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি অসমৰ বিভিন্ন প্ৰাদেশীকৃত মহাবিদ্যালয়ত খালী হৈ থকা প্ৰায় ১৫০০ শিক্ষকৰ পদত মহাবিদ্যালয় কৰ্তৃপক্ষই দিব নোৱাৰিব অস্থায়ী আৰু ঠিকাভিত্তিক নিযুক্তি শিক্ষক নিযুক্তি ৷ এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...