তপন গগৈৰ অগ্ৰগতিত বিজেপি কৰ্মীৰ হৰ্ষোল্লাস - যোৰহাট লোক সভা সমষ্টি
🎬 Watch Now: Feature Video

যোৰহাট,23 মে': যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ অগ্ৰগতিত বিজেপি কৰ্মীৰ হৰ্ষোল্লাস ৷ তপন গগৈৰ সমৰ্থকসকলে মোডী জিন্দাবাদ, কংগ্ৰেছ চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তুলিলে যোৰহাটৰ ৰাজপথ ৷