কা' বলবৎ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভাজনৰ নীতি গ্ৰহণ কৰিছিল : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 11, 2020, 7:39 PM IST

Updated : Dec 11, 2020, 10:39 PM IST

উত্তৰ পূৰ্বাঞ্চলত কা' বলবৎ কৰিবৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিভাজনৰ নীতি গ্ৰহণ কৰিছিল ৷ যাৰ ফলশ্ৰুতিত উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যকেইখনক কা' বলবৎ কৰাৰ পৰা ৰেহাই দিব বিছাৰিছিল ৷ কিন্তু উত্তৰ পূৰ্বাঞ্চল প্ৰত্যেকখন ৰাজ্যই স্পষ্ট কৰি দিলে যে, কা' আমি নামানো ৷ উত্তৰ পূবৰ ছাত্ৰ সংগঠন নেছ’ই আহ্বান জনোৱা ক’লা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীত ক’লা দিৱস পালন কৰি এই মন্তব্য প্ৰকাশ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷
Last Updated : Dec 11, 2020, 10:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.