thumbnail

By

Published : Jul 26, 2020, 5:33 PM IST

ETV Bharat / Videos

বিলাই-বিপত্তি কমা নাই কাজিৰঙাৰ জীৱকূলৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলস্তৰ কমিছে, কিন্তু কমা জীৱকূলৰ বিপদ । বাঢ়নী পানীয়ে বুৰাই পেলোৱা কাজিৰঙাত নাই পৰ্যাপ্ত খাদ্য ৷ খাদ্যৰ অভাৱে দিশহাৰা কৰি তুলিছে জীৱকূলক ৷ সেয়ে এতিয়া জীৱকূল ঘূৰি আছে ৰাষ্ট্ৰীয় ঘাইপথৰ আশে-পাশে ৷ কেমেৰাত বন্দী হৈ ৰৈছে জীৱ-জন্তু সমূহ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ কিছু দৃশ্য ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.