ভোটাধিকাৰ সাব্যস্ত কৰিলে বিধায়িকা আঙুৰলতা ডেকাই - বিধায়িকা আঙুৰলতা ডেকাৰ ভোট দান
🎬 Watch Now: Feature Video
ৰাজ্যৰ প্ৰথম পৰ্যায়ত 47 টা সমষ্টিত আজি ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে ৷ 84 নং বটদ্ৰৱা বিধানসভা সমষ্টিৰ কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 149 ভোট কেন্দ্ৰত বিধায়িকা আঙুৰলতা ডেকাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে ৷
Last Updated : Mar 27, 2021, 11:57 AM IST