চাবুৱা সমষ্টিৰ বাবে বিজেপিৰ টিকত বিচাৰিলে প্ৰাৰ্থীত্ব প্ৰয়াসী অনন্ত হাজৰিকাই - অনন্ত হাজৰিকা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10859747-thumbnail-3x2-hjifhf.jpg)
ডিব্ৰুগড় জিলাৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে চাবুৱা সমষ্টি। চাবুৱা সমষ্টিৰ বাবে এইবাৰ বিজেপিৰ পৰা প্ৰাৰ্থীত্ব দাবী কৰিছে অনন্ত হাজৰিকাই ৷ আগন্তুক নিৰ্বাচন সন্দৰ্ভত অনন্ত হাজৰিকাই কি ক'লে জানো আঁহক ৷