লমা লমে লগিছে লিচুঃ জাঁজী বজাৰত উভৈনদী সুস্বাদু লিচু - জাঁজী
🎬 Watch Now: Feature Video

এতিয়া লিচু খোৱাৰ বতৰ । লিচু বুলি ক'লেই বিখ্যাত উজনি অসমৰ এখন বৃহৎ তথা সুস্বাদু লিচুৰ বজাৰ ৷ শিৱসাগৰ আৰু যোৰহাট জিলা সংলগ্ন জাঁজী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহা এই লিচু বজাৰখন বাটৰুৱাৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷