বৃহৎ নদী বান্ধৰ বিৰুদ্ধে শিৱসাগৰত AJYCPৰ প্ৰতিবাদ

By

Published : Sep 23, 2021, 10:28 PM IST

thumbnail

শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিবাদ । শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যলয় সন্মুখত নামনি সােৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদিকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ নদী বান্ধ নিৰ্মাণৰ পৰিকল্পনা বন্ধ কৰাৰ দাবীত সমগ্ৰ অসমৰ লগতে শিৱসাগৰটো অসম জাতীয়তাবাদী যুৱত পৰিষদৰ প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্রীয় চৰকাৰে অসমৰ ৰাইজৰ সকলাে ৰাজহুবা স্বার্থক জলাঞ্জলি দি শক্তি প্রয়ােগ কৰি হ'লেও নদী বান্ধ নির্মাণ কৰাৰ বাবে যে পৰিকল্পনা কৰিছে সেয়া স্পষ্ট হৈছে । অসমীয়া মানুহৰ জীৱন আৰু সম্পত্তি কোনাে ক্ষতি নােহােৱাৰ নিশ্চয়তা প্রদান কৰাৰ দাবীৰে সংগঠনটোৱে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.