thumbnail

আইমী বৰুৱাৰ মুখত "আকৌ এবাৰ মোদী চৰকাৰ"

By

Published : Apr 10, 2019, 2:29 AM IST

মোহময়ী অভিনেত্ৰী আইমী বৰুৱাৰ মুখত "আকৌ এবাৰ মোদী চৰকাৰ" ধ্বনি ৷ জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সমান্তৰালকৈ সহধৰ্মিনী আইমী বৰুৱাই ৰূপক শৰ্মাৰ হৈ গাঁৱে গাঁৱে চলালে প্ৰচাৰ অভিযান ৷ "আকৌ এবাৰ মোদী চৰকাৰ" শ্লোগানেৰে মঙলবাৰৰ দিনটোত জাগীৰোডৰ ঘগুৱা পঞ্চায়তত এনেদৰেই প্ৰচাৰ চলোৱা পৰিলক্ষিত হ’ল আইমী বৰুৱাক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.