thumbnail

শিক্ষাৰ্থীৰ সঠিক নামভৰ্তিকৰণৰ দাবীৰে AIDSO ৰ প্ৰতিবাদ

By

Published : Aug 11, 2021, 11:17 AM IST

কৰিমগঞ্জ জিলাৰ মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে হাহাকাৰ ৷ মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে হোৱা আসনৰ নাটনিক লৈ সৰৱ হৈছে অল ইণ্ডিয়া ডি এছ অ’(AIDSO) নামৰ ছাত্ৰ সংগঠনটো ৷ সকলো ছাত্ৰী-ছাত্ৰীকে নামভৰ্তিৰ সুযোগ দিয়াৰ দাবীৰে কৰিমগঞ্জৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৰ জিলা পৰ্যায়ৰ সদস্যসকলে ৷ হাতত প্লে’ কাৰ্ড লৈ ৰাজপথ কঁপাই তোলাৰ লগতে পৰিদৰ্শকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৰ কৰ্মীসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.