গৃহ জিলাত জ্বলিল শ্বেৰমান আলী আহমেদৰ প্ৰতিকৃতি - প্ৰতিকৃতি দাহ
🎬 Watch Now: Feature Video

বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰতিকৃতি দাহ অসম গণ পৰিষদৰ বৰপেটা জিলা সমিতিৰ ৷ বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰৰ দাবী অগপৰ ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰপেটাৰ প্ৰাক্তন অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷