Regional Politics of Assam : অসমত কেৱল অগপই উৰুৱাই ৰাখিছে জাতীয়তাবাদৰ ধ্বজা ! - Agp
🎬 Watch Now: Feature Video

নৱ গঠিত আঞ্চলিক দলক সমালোচনা কৰি অতুল বৰাই ক’লে, কেৱল কংগ্ৰেছক সহায়ৰ বাবে গঠন হৈছিল সেইকেইটা দল ৷ অসমত কেৱল অগপই উৰুৱাই ৰাখিছে জাতীয়তাবাদৰ ধ্বজা ৷ আগলৈও জাতীয়তাবাদ জীয়াই ৰাখিব অগপই ৷ গভীৰ আত্মপ্ৰত্যয়েৰে ক’লে অতুল বৰাই ৷