অভয়াপুৰীত পুণৰ বানৰ তাণ্ডৱ - flood assam
🎬 Watch Now: Feature Video

পুনৰ বানপানীৰ কৱলত কুৰিখন গাঁও। উত্তৰ অভয়াপুৰীৰ মানিকপুৰত পুনৰ বানৰ তাণ্ডৱ। প্ৰথম বানে চোতাল নেৰোতেই আকৌ জলমগ্ন বিভিন্ন অঞ্চল। আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে প্লাৱিত হৈছে ন ন অঞ্চল। লগতে পুনৰ যাতায়ত বিছিন্ন হৈ পৰিছে ডাঙাইগাওঁ কীৰ্ত্তন পাৰা সংযোগী পকী পথ ৷