চৰকাৰ শংকিত হৈছে::উপমন্যু হাজৰিকা - নাগৰিকত্ব সংশোধনী আইন
🎬 Watch Now: Feature Video

তিনিচুকীয়া,23 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ মাজতে ৰাজ্য চৰকাৰে জৰুৰী কেবিনেট বৈঠক অনুষ্ঠিত কৰি কেতবোৰ ঘোষণা আগবঢ়োৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই। সোমবাৰে তিনিচুকীয়াত ইটিভি ভাৰতৰ আগত হাজৰিকাই ক'লে বৰ্তমানৰ চৰকাৰ খনে প্ৰকৃততে কি বিচাৰিছে ৷ চাওক এই সম্পৰ্কত তেখেতৰ ভাষ্য...
TAGGED:
নাগৰিকত্ব সংশোধনী আইন