পুস্পসজ্জিত বাহনত নহয়, খোজকাঢ়ি অভিবাদন গ্ৰহণ পৰিমল শুক্লবৈদ্য়ৰ - accident during flag hoisting in Silchar etv bharat news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12778476-thumbnail-3x2-img.jpg)
শিলচৰত পতাকা উত্তোলনৰ সময়ত ঘটিল অঘটন । পতাকা উত্তোলন কৰিবলৈ গৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্য পৰিল অস্বস্তিত ৷ পতাকা উত্তোলনৰ পূৰ্বে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জিপচী বাহন লৈ অভিবাদন গ্ৰহণ কৰিবলৈ গৈছিল ৷ কিন্তু তেনে সময়তে DSA খেলপথাৰৰ বোকাত পৰি আৱদ্ধ হৈ ৰয় বাহনখন ৷ বহু চেষ্টাৰ পিছতো বোকাৰ পৰা উঠাব নোৱাৰিলে বাহনখন ৷ উপায়ন্তৰ মন্ত্ৰীগৰাকীয়ে বাহনৰ পৰা নামি খোজকাঢ়ি গ্ৰহণ কৰে অভিবাদন ৷