তামুলপুৰ এবছুৰ বৈশাগু উদযাপন - BAKSA
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-3020836-thumbnail-3x2-mak.jpg)
ৰাজ্যত এতিয়া ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ । পিছ পৰি ৰোৱা নাই কোনো জাতি-জনগোষ্ঠী । মঙ্গলবাৰে পুৱাৰে পৰা বাক্সাৰ তামুলপুৰৰ কচুকাটাত দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ । কচুকাটাত শাখা এবছুৰ উদ্যোগত আয়োজিত বৈছাগু উৎসৱত ছাত্র সংগঠনটোৰ লোকসকলে জ্যেষ্ঠজনক আৰনাই পিন্ধাই আশীষ লোৱা আৰু কনিষ্ঠজনক মৰম কৰাৰ বিৰল দৃশ্য দেখিবলৈ পোৱা গ'ল । আমাৰ এক প্ৰতিবেদন ...