চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাক লৈ আটছাৰ প্ৰতিবাদ - আমগুৰি বাঘজান চাহ বাগিচাত আটছাৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 22, 2021, 3:32 PM IST

আমগুৰি বাঘজান চাহ বাগিচাত আটছাৰ প্ৰতিবাদ ৷ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিত চৰম প্ৰৱঞ্চনাৰ অভিযোগ কৰি আজি আটছাই আমগুৰিৰ বাঘজান চাহ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰে 351 টকা মজুৰি বৃদ্ধিৰ বিপৰীতে কেৱল 50 টকা শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাক লৈ সৰৱ হৈ উঠিছে আটছা ৷ আজি অসমৰ প্ৰতিখন বাগিচা বন্ধ ঘোষণা কৰিছিল যদিও আটছাই ন্যায়ালয়ৰ প্ৰতি সন্মান জনাই বাগিচা বন্ধ স্থগিত ৰাখে ৷ ইয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত চাহ শ্ৰমিকক ৰাজনৈতিকভাৱে সজাগ কৰা দেখা গ'ল।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.