thumbnail

By

Published : May 10, 2021, 7:26 PM IST

ETV Bharat / Videos

মুখ্য়মন্ত্ৰীৰ লগতে নতুন মন্ত্ৰীসভালৈ শুভেচ্ছা আটাছুৰ

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে নতুনকৈ গঠন হোৱা মন্ত্ৰী পৰিষদক শুভেচ্ছা জনাইছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দেৱজিৎ গগৈয়ে । আনহাতে নেতাজনে নতুনকৈ গঠন হোৱা মন্ত্ৰী পৰিষদত আহোম জনগোষ্ঠীৰ পৰা তিনিগৰাকীকৈ বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান জনায় ৷ লগতে নিৰ্বাচনৰ পূৰ্বে যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া বাস্তৱত ৰূপায়ণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগুৱাই নিব বুলি দৃঢ়বিশ্বাসী বুলি অভিহিত কৰে সহকাৰী সম্পাদক দেৱজিৎ গগৈয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.